তলাবন্ধত-আৱদ্ধ-প্ৰব্ৰজনকাৰীৰ-লংমাৰ্চ

Hyderabad, Telangana

Jul 23, 2020

তলাবন্ধত আৱদ্ধ প্ৰব্ৰজনকাৰীৰ লংমাৰ্চ

হায়দৰাবাদৰ সুৰকাৰ, গীতিকাৰ আৰু গায়ক আদেশ ৰবিৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰা এই গীতটি নিশ্চিতভাৱে সমগ্ৰ দেশত তলাবন্ধৰ দ্বাৰা বিতাড়িত প্ৰব্ৰজনকাৰীৰ দুৰ্দশাৰ পৰা উদ্ভূত প্ৰচণ্ড বলিষ্ঠ কণ্ঠস্বৰ

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aadesh Ravi

আদেশ ৰৱি হায়দৰাবাদৰ তেলেগু চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী সুৰকাৰ, গীতিকাৰ আৰু গায়ক

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।