টিক্ৰিৰ-কৃষক-ওৰেটো-জীৱন-নাপাহৰো

West Delhi, National Capital Territory of Delhi

Dec 07, 2021

টিক্ৰিৰ কৃষক: ‘ওৰেটো জীৱন নাপাহৰো’

পশ্চিম দিল্লীৰ টিক্ৰিৰ প্ৰতিবাদস্থলীৰ কৃষকসকলৰ বহুতেই কৃষি আইনকেইখন বাতিলৰ কথাটোক সতৰ্কতাৰে গ্ৰহণ কৰিছে - তেওঁলোকে তাৰবাবে কিমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হ’ল আৰু আগলৈ কিমান কঠিন বাট সেই বিষয়ে কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।