জীৱনৰেখাৰ-অপেক্ষাত-আমৰেলিৰ-মাছমৰীয়া

Amreli, Gujarat

Jan 09, 2023

জীৱনৰেখাৰ অপেক্ষাত আমৰেলিৰ মাছমৰীয়া

গুজৰাটৰ এই উপকুলীয় জিলাখনত ক্ৰমাগতভাবে প্ৰতিকূল হৈ পৰা পৰিৱেশৰ মাজত লাখ লাখ মাছমৰীয়াই হাতৰ মুঠিত জীৱনটো লৈ কামলৈ যায়। তেওঁলোকক দিয়া জৰুৰীকালীন স্বাস্থ্যযতন সেৱাৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি এতিয়াও তল পৰিয়েই ৰ’ল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]