চান্দেৰী-সূতাত-ওলমিছে-মধ্যপ্ৰদেশৰ-শিপিনীৰ-ভৱিষ্যত

Ashoknagar, Madhya Pradesh

Jul 22, 2020

চান্দেৰী সূতাত ওলমিছে মধ্যপ্ৰদেশৰ শিপিনীৰ ভৱিষ্যত

ক’ভিড-১৯ তলাবন্ধই মধ্যপ্ৰদেশৰ চান্দেৰী চহৰৰ শতিকা পুৰণি চান্দেৰী বস্ত্ৰ উদ্যোগক স্থবিৰ কৰি পেলাইছে। সুৰেশ কোলিৰ দৰে বহু শিপিনীয়ে চাহিদাৰ অভাৱ, অনাদায় টকা আৰু টুটি অহা সমলৰ পৰিপ্ৰেক্ষিতত সংকটত পৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mohit M. Rao

মোহিত এম. ৰাও বেংগালুৰুৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ঘাইকৈ পৰিৱেশৰ ওপৰত লিখা-মেলা কৰে আৰু শ্ৰমিক তথা প্ৰব্ৰজনৰ বিষয়ে লিখাত আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।