চাট্টা-বজাৰৰ-উৰ্দু-হস্তলিপি-শিল্পীসকল

Hyderabad, Telangana

Sep 12, 2019

চাট্টা বজাৰৰ উৰ্দু হস্তলিপি শিল্পীসকল

বিয়া-সবাহৰ নিমন্ত্ৰণী পত্ৰ, লগ’ আৰু চাইনব’ৰ্ড আদিৰ কাম কৰা খুব কম সংখ্যক উৰ্দু ভাষাৰ হস্তলিপি শিল্পী হায়দৰাবাদত ৰৈছেগৈ। এফালে কম্পিউটাৰাইজড্ ফণ্ট, ডিজিটেল প্ৰিণ্টিঙৰ আগ্ৰাসন, আনফালে চৰকাৰৰ উপেক্ষাৰ মাজত তেওঁলোকে হেৰাই গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sreelakshmi Prakash

শ্ৰীলক্ষ্মী প্ৰকাশ হায়দৰাবাদ বিশ্ববিদ্যালয়ত যোগাযোগ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত। তেওঁ চহৰখন ঘূৰি-ফুৰি আৰু মানুহৰ কাহিনী শুনি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।