চটপটি-মাছেই-যেতিয়া-নাই-বেচিমনো-কি

Palghar, Maharashtra

Nov 09, 2021

চটপটি: ‘মাছেই যেতিয়া নাই, বেচিমনো কি?’

আন্তৰ্জাতিক গ্ৰাম্য নাৰী দিৱসত মহাৰাষ্ট্ৰৰ চটপটি গাঁৱৰ এই প্ৰতিবেদনে কয়, কেনেদৰে তাত মাছ আৰু নাও কমি অহা পৰিস্থিতিত মাছমৰীয়া মহিলাই পেটৰ ভাতমুঠিৰ বাবে অত্যধিক কষ্ট কৰিবলগীয়া হৈছে আৰু কেনেদৰে কিছুমানে নতুন কামৰ সন্ধানত নামিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ishita Patil

ইষিকা পাটিল নেচনেল ইনষ্টিটিউট অৱ এডভাঞ্চড্ ষ্টাডিজ, বেংগালুৰুৰ এগৰাকী গৱেষণা সহযোগী।

Author

Nitya Rao

নিত্যা ৰাও গ্ৰেট বৃটেইনৰ নৰৱিচৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়াৰ লিংগ আৰু বিকাশ বিভাগৰ এগৰাকী প্ৰাধ্যাপিকা। মহিলাৰ অধিকাৰ, নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰখনত এগৰাকী গৱেষক, শিক্ষক আৰু অধিবক্তা হিচাপে প্ৰায় তিনিটা দশক তেওঁ কাম কৰিছে।

Translator

Angarag Bhuyan

অংগৰাগ ভূঞা এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক আৰু কবি। তেওঁ অসমীয়া ভাষাত দুখনকৈ কিতাপ লিখি উলিয়াইছে। তেওঁ আগতে ৰেডিঅ’ জকী আৰু মুক্ত সাংবাদিক হিচাপে কাম কৰি আহিছে।