গাই-বচাব-নে-মধুৰিআম-বিপাঙত-প্ৰহ্লাদ

BEED, Maharashtra

Aug 26, 2019

গাই বচাব নে মধুৰিআম, বিপাঙত প্ৰহ্লাদ

মাৰাথৱাড়াৰ তীব্ৰ খৰাঙে ডাঙৰ ডাঙৰ খেতিয়কক জোলোকা-জোলোকে পানী খুৱাইছে, শস্যকে ধৰি গৰু-মহৰ বাবে পানী ক্ৰয় কৰিবলগীয়া হৈছে আৰু এনেদৰে গাঁঠিৰ ধন ভাঙি শেষ হৈ দিক-বিদিক হেৰুওৱা কৃষকৰ কাহিনীৰে গোটেইখন বীৰ জিলা ভৰি পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।