গভীৰ-সমূদ্ৰ-আৰু-তলাবন্ধৰ-দোমোজাত-অন্ধ্ৰপ্ৰদেশৰ-মাছমৰীয়া

Visakhapatnam, Andhra Pradesh

Jun 09, 2020

গভীৰ সমূদ্ৰ আৰু তলাবন্ধৰ দোমোজাত অন্ধ্ৰপ্ৰদেশৰ মাছমৰীয়া

১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ প্ৰজনন ঋতুৰ বাবে মাছ ধৰা নিষিদ্ধ থকাৰ আগৰ দুটা সপ্তাহত বিশাখাপট্টনমৰ মাছমৰীয়াসকলে যিমান পাৰে বেপাৰ কৰে। এই বছৰ এই গুৰুত্বপূৰ্ণ সময়চোৱা আছিল তলাবন্ধৰ মাজত

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amrutha Kosuru

অম্ৰুতা কচুৰু এগৰাকী মুক্ত সাংবাদিক তথা ২০২২ৰ এগৰাকী পাৰি ফেল’। তেওঁ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু ২০২৪ৰ এগৰাকী ফুলব্ৰাইট-নেহৰু ফেল’। 

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।