খোজ-কাঢ়িব-নোৱাৰিলেও-শিৰ-নত-নকৰে-কৃষক-হৰজিৎ-সিঙে

Sonipat, Haryana

Feb 19, 2021

খোজ কাঢ়িব নোৱাৰিলেও শিৰ নত নকৰে কৃষক হৰজিৎ সিঙে

সিংঘুৰ দিল্লী-হাৰিয়ানাৰ সীমান্তৰ বহুতো কৃষকে প্ৰতিকূলতাক নেওচি শ শ কিলোমিটাৰ বাট বাই আগবাঢ়ি আহিছিল। তেওঁলোকৰ মাজত ভগা কঁকাল আৰু আঘাতপ্রাপ্ত মেৰুদণ্ডৰে হৰজিৎ সিঙো আছিল।

Translator

Bhabesh Medhi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]