কায়িক-চাফাইকৰ্ম-যে-নিষিদ্ধ-মই-জনা-নাছিলো

Hyderabad, Telangana

Dec 14, 2022

‘কায়িক চাফাইকৰ্ম যে নিষিদ্ধ, মই জনা নাছিলো’

হায়দৰাবাদত ২০১৬ত কায়িক চাফাইকৰ্মৰ সময়ত কটেইয়াহ আৰু বীৰা স্বামী মৃত্যু ঘটিছিল। এনে চাফাইকৰ্ম যে নিষিদ্ধ, সেই কথাৰ অজ্ঞতা আৰু ক্ষতিপূৰণৰ অভাৱত তেওঁলোকৰ পৰিয়াল এতিয়া ধাৰৰ বোজাত কুঁজা হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amrutha Kosuru

অম্ৰুতা কছুৰু ২০২২ৰ এগৰাকী পাৰি ফেল’। তেওঁ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ স্নাতক, ঘৰ বিশাখাপট্টনমত।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।