কলচিৰ-স্কুলীয়া-লৰা-ছোৱালী-এতিয়া-অনুপস্থিত

Thane, Maharashtra

Dec 08, 2022

কলচিৰ স্কুলীয়া ল’ৰা-ছোৱালী এতিয়া অনুপস্থিত

লকডাউনত দুটা বছৰ ধৰি স্কুললৈ নোযোৱা থানে জিলাৰ জনজাতীয় শিশুৱে এতিয়া স্কুললৈ যাবলৈ অসমৰ্থ, যাব পাৰিলেও শ্ৰেণীকোঠাৰ প্ৰতি অনীহা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Editor

Smruti Koppikar

স্মৃতি কপ্পিকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু স্তম্ভলেখক, তেওঁ এগৰাকী মিডিয়া শিক্ষকো।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।