কচ্ছৰ-সৰোবৰ-আৰু-এটা-প্ৰেমকাহিনী

Kachchh, Gujarat

Feb 25, 2023

কচ্ছৰ সৰোবৰ আৰু এটা প্ৰেমকাহিনী

ভুজৰ এই কচ্ছী গীতটোত প্ৰেম আৰু হাবিয়াসে ঠাই পাইছে। এয়া পাৰিত কচ্ছী লোকগীতৰ শৃংখলৰ দ্বিতীয়টো কবিতা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Rahul Ramanathan

ৰাহুল ৰামনাথন কৰ্ণাটকৰ বেংগুলুৰুৰ এগৰাকী ১৭ বছৰীয়া ছাত্ৰ। তেওঁ ছবি আঁকি আৰু দবা খেলি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।