কইম্বাটোৰত-মৃত্যু-মহামাৰী-আৰু-দৈৱিক-শক্তিৰ-সমাহাৰ

Coimbatore, Tamil Nadu

Jan 11, 2022

কইম্বাটোৰত মৃত্যু, মহামাৰী আৰু দৈৱিক শক্তিৰ সমাহাৰ

কইম্বাটোৰ মহানগৰৰ ইতিহাসত প্লেগৰ কালছাঁয়া এতিয়া ক্ৰমাৎ ধূসৰ হৈ পৰিছে। সেই ভয়ংকৰ মহামাৰী প্লেগৰ পৰা ৰক্ষা পাবলৈ নিৰ্মাণ কৰা মন্দিৰত নতুনকৈ পৃথিৱীলৈ আগমন ঘটা ‘ক’ৰনা দেৱী’ৰ উপাসনা স্থলতকৈ অধিক লোকৰ ভিৰ পৰিলক্ষিত হয়

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Illustrations

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।