এটা-নাম-আৰু-নামাকৰণৰ-অভিসন্ধি

Ranchi, Jharkhand

Aug 09, 2022

এটা নাম আৰু নামাকৰণৰ অভিসন্ধি

দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতিগৰাকীয়ে যেতিয়া কয়, ‘মোৰ আচল নাম দ্ৰৌপদী নাছিল,’ সেই কথাই দেশৰ প্ৰাচীন বাসিন্দা আদিবাসীসকলৰ জনজীৱনৰ দুঃসহ দিনবোৰৰ স্মৃতি মনলৈ আনে। তেওঁৰ মনত যি সন্তাপ, সেয়া বহু আদিবাসীয়ে বুকুত পুহি ৰাখিবলগীয়া হৈছে। যন্ত্ৰণাক্লিষ্ট কবিৰো একেই কথা কবিতাৰ মাজেৰে প্ৰকাশ পাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Jacinta Kerketta

জেচিণ্টা কাৰকেট্টা অৰাওঁ আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মুক্ত লিখক আৰু ঝাৰখণ্ডৰ এগৰাকী ৰিপ’ৰ্টাৰ। তেওঁ আদিবাসী সম্প্ৰদায়ৰ সংগ্ৰাম বৰ্ণনা কৰা কবিতা লিখি তেওঁলোকৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে।

Painting

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]