আশাকৰ্মীসকলঃ-সুৰক্ষা-অবিহনে-বিশ্ব-মহামাৰীৰ-বিৰুদ্ধে-যুঁজত-অৱতীৰ্ণ

Sonipat, Haryana

Jun 11, 2020

আশাকৰ্মীসকলঃ সুৰক্ষা অবিহনে বিশ্ব মহামাৰীৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ

বিশ্ব মহামাৰী নিয়ন্ত্ৰণৰ বাবে একেবাৰে শেষ মুহূৰ্তত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ হাৰিয়ানাৰ সোণিপাত জিলাত আশা কৰ্মীসকলক সমুখশাৰীলৈ আগবঢ়াই দিয়া হৈছে, তেওঁলোকৰ বাবে সুৰক্ষাৰ ব্যৱস্থাও নাই, প্ৰশিক্ষণো পাইছে সামান্য

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Pallavi Prasad

পল্লৱী প্ৰসাদ মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু য়াং ইণ্ডিয়া ফেল’। লেডী শ্ৰী ৰাম কলেজৰ পৰা ইংৰাজী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী পল্লৱীয়ে লিংগ, সংস্কৃতি আৰু স্বাস্থ্যবিষয়ক লেখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।