আমি-এতিয়া-কৰণাভাইৰাছ-বা-গৰমলৈ-ভয়-নকৰো

Gaya, Bihar

Jul 22, 2020

‘আমি এতিয়া ক’ৰণাভাইৰাছ বা গৰমলৈ ভয় নকৰো’

যেতিয়া তেওঁলোকৰ মজুৰী বন্ধ হৈ গ’ল, তেতিয়া খাদ্য-সামগ্ৰীও নোহোৱা হ’ল, বাৰানসীৰ ৰেস্তোঁৰাত কাম কৰা বিহাৰৰ গয়াৰ শ্ৰমিকসকলে লাহে লাহে ঘৰ উভতিবলৈ ধৰিলে, গয়া জিলাৰ আন বহু শ্ৰমিক সুদূৰ তামিলনাডুত আৱদ্ধ হৈ পৰিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rituparna Palit

ৰিতুপৰ্ণ পালিত চেন্নাইস্থিত এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ এগৰাকী শিক্ষাৰ্থী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।