আবতৰীয়া-বৰষুণত-ক্ষতিগ্ৰস্ত-পশুপালক

Ahmednagar, Maharashtra

Apr 06, 2023

আবতৰীয়া বৰষুণত ক্ষতিগ্ৰস্ত পশুপালক

প্ৰচণ্ড আবতৰীয়া বৰষুণে পশুপালকসকলৰ বহুত ক্ষতি কৰে। ২০২৩ৰ মাৰ্চৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ কিছু অংশত বজ্ৰপাতে কেইবছৰমান আগতে আহমদনগৰ জিলাত হোৱা জলপ্লাৱনৰ স্মৃতিবোৰ সতেজ কৰি তুলিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jitendra Maid

মৌখিক পৰম্পৰাৰ ওপৰত অধ্যয়ন কৰা জীতেন্দ্ৰ মাইদ এগৰাকী মুক্ত সাংবাদিক। তেওঁ বহুবছৰ আগতে পুণেৰ চেণ্টাৰ ফৰ কোপাৰেটিভ ৰিচাৰ্ছ ইন ছচিয়েল চায়েন্সত গায় পইটেভিন আৰু হেমা ৰাইৰকাৰৰ সৈতে গৱেষণা সমন্বয়ক হিচাপে কাম কৰিছিল।

Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।