আধিয়াৰ-খেতিত-মালিক-বাচে-খেতিয়ক-মৰে

Sidhi, Madhya Pradesh

Jan 06, 2023

আধিয়াৰ খেতিত মালিক বাচে, খেতিয়ক মৰে

মধ্যপ্ৰদেশৰ ৰবেন্দ্ৰ সিঙৰ দৰে আধিয়াৰ খেতি কৰা খেতিয়কে মৌখিক চুক্তি অনুসৰি মাটিৰ গৰাকীৰ সৈতে শস্য সমানেই ভগায়। কিন্তু মাটিৰ গৰাকীয়ে সকলো সিদ্ধান্ত লয়, ক্ষতিপূৰণখিনিও পায়, ইফালে আধিয়াৰ খেতি কৰাজনে ধাৰত পোত যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anil Kumar Tiwari

অনিল কুমাৰ তিৱাৰি মধ্যপ্ৰদেশৰৰ সিধি চহৰৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ঘাইকৈ পৰিৱেশ আৰু গ্ৰামীণ বিকাশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন লিখে।

Author

Priyansh Verma

প্ৰিয়াংশ বাৰ্মা গুৰগাঁৱৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্নেলিজিম এণ্ড নিউ মিডিয়াৰ পৰা শেহতীয়াকৈ স্নাতক ডিগ্ৰী লাভ কৰিছে।

Editors

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Editors

Oorna Raut

ঊৰ্ণা ৰাওত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী গৱেষণা সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।