অৰণ্যৰো-আছে-এক-সভ্যতা

Narmada, Gujarat

Aug 03, 2022

অৰণ্যৰো আছে এক সভ্যতা

দেহৱালি ভিলি ভাষাত লিখা পাঁচটা কবিতাৰ শৃংখলৰ এই চতুৰ্থটো কবিতাত আদিবাসী কবিজনে আমাৰ আত্মক্ষয়ী সভ্যতাৰ নিন্দা কৰিছে আৰু শান্তি বিষয়ত এই সভ্যতাৰ যি ফোপোলা দৃষ্টিভংগী, তাক অস্বীকাৰ কৰিছে

Poem and Text

Jitendra Vasava

Translator

Pankaj Das

Painting

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Jitendra Vasava

জীতেন্দ্ৰ বাচাৱা গুজৰাটৰ নৰ্মদা জিলাৰ মহুপাৰা গাঁৱৰ এগৰাকী কবি, তেওঁ দেহৱালি ভিল ভাষাত লিখে। তেওঁ আদিবাসী সাহিত্য একাডেমি (২০১৪)ৰ প্ৰতিস্থাপন সম্পাদক আৰু জনজাতীয় কণ্ঠৰ নামত উৎসৰ্গিত লখাৰা নামে কবিতাৰ আলোচনীখনৰ সম্পাদক। তেওঁ আদিবাসী মৌখিক সাহিত্যৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। নৰ্মদা জিলাৰ ভিল সম্প্ৰদায়ৰ মৌখিক লোককথাৰ সাংস্কৃতিক আৰু ৰপকথাগত দিশৰ ওপৰত গৱেষণা কৰি আছে। পাৰিত প্ৰকাশিত তেওঁৰ কবিতাকেইটা তেওঁৰ আহিব ধৰা প্ৰথমখন কবিতাৰ সংকলনৰ পৰা তুলি অনা হৈছে।

Painting

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।