অযোগ্য-লৰাবোৰঃ-মাটি-চহাব-জানে-বিয়াখনহে-পাতিব-নোৱাৰে

Osmanabad, Maharashtra

Jan 08, 2019

অযোগ্য ল'ৰাবোৰঃ মাটি চহাব জানে, বিয়াখনহে পাতিব নোৱাৰে

এসময়ত মাৰঠাৱাড়াত খেতিয়ক ল'ৰাক দৰা হিচাপে বা জোঁৱাই হিচাপে পাবলৈ বহুতেই কামনা কৰিছিল, কিন্তু কৃষিক্ষেত্ৰত দেখা দিয়া চৰম অনিশ্চয়তাৰ পাছত এনে ধাৰণাৰ সলনি হ'ল। খেতি কৰা বহুতো পৰিয়ালে নিজৰ ল'ৰাৰ বাবে কন্যা বিচাৰি বাৰে বাৰে প্ৰত্যাখ্যিত হৈ বছৰ বছৰ পাৰ কৰিব লগা হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।