thirra-performers-cast-in-caste-out-as

Kozhikode, Kerala

Oct 25, 2025

থিৰা শিল্পী: মন্দিৰ আৰু কুঞ্জবনত দৈৱনাচ

উত্তৰ কেৰালাৰ থিৰা শিল্প দলিতসকলে পৰিৱেশন কৰে। মন্দিৰ আৰু পৱিত্ৰ কুঞ্জবন তলত তেওঁলোকৰ শিল্প উচ্চ জাতৰ লোকৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় আৰু সকলোকে মনোৰঞ্জনৰ খোৰাক যোগায় ঠিকেই, কিন্তু তেওঁলোকৰ জাতি কোনোৱে নাপাহৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Devananda S

দেৱানন্দা এছ ২০২৪ৰ এগৰাকী পাৰি ইনটাৰ্ন আছিল। মিৰাণ্ডা হাউছ, দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী দেৱানন্দা কলা-সাহিত্যৰ প্ৰতি আগ্ৰহী আৰু আন্দোলন তথা বিৰোধৰ ক্ষেত্রত তাৰ সম্ভাৱনীয়তাক পৰীক্ষণ কৰি আছে।

Photographer

Niveditha S

নিবেদিতা এছ মিৰাণ্ডা হাউছ, দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী। তেওঁ বিদ্যায়তনিক দিশটোৰ সৈতে আলোকচিত্ৰশিল্প আৰু চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহী।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।