মীনাক্ষিয়ে-যেতিয়া-এটা-পাত্ৰ-৩০০০-বাৰ-কোবায়

Sivagangai, Tamil Nadu

Jun 23, 2016

মীনাক্ষিয়ে যেতিয়া এটা পাত্ৰ ৩০০০ বাৰ কোবায়

তামিলনাডুৰ মানামডুৰাইত আঠ কিলোগ্ৰাম বোকামাটিয়ে সৃষ্টি কৰে সুন্দৰ সংগীতৰ

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Aparna Karthikeyan

অপৰ্ণা কাৰ্তিকায়েন এগৰাকী সাংবাদিক, লিখক তথা পাৰিৰ জ্যেষ্ঠ ফেল’। তেওঁৰ ‘নাইন ৰুপীজ এন আৱাৰ’ কিতাপখনে তামিলনাডুৰ হেৰাই যাব ধৰা জীৱিকাৰ ছবি দাঙি ধৰিছে। তেওঁ পাঁচখনকৈ শিশুগ্ৰন্থ লিখি উলিয়াইছে। অপৰ্ণা তেওঁৰ পৰিয়াল আৰু কুকুৰবোৰৰ সৈতে চেন্নাইত থাকে।

Translator

Nibha Rani Roy

নিভা ৰাণী ৰায় গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক আৰু অসমীয়া অনুবাদক। ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে ৰায়ে ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক হিচাপে এটা দশকৰো অধিক কাল কাম কৰিছে। তেওঁ মহিলা আৰু শিশু, পৰিৱেশ আৰু বন্যপ্ৰাণী, সাহিত্য আৰু সংস্কৃতি বিষয়ত প্ৰতিবেদন লিখে।