চৰকাৰে-আমাক-প্ৰতিশ্ৰুতি-দিয়া-চাকৰিবোৰ-দিয়ক

Guntur, Andhra Pradesh

May 15, 2019

‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক’

অমৰাৱতীৰ কাৰণে অন্ধ্ৰপ্ৰদেশ চৰকাৰে মাটি অধিগ্ৰহণ কৰাৰ সময়তে বহু ভূমিহীন কৃষি শ্ৰমিক কৰ্মহীন হৈ পৰিছে, ডেকা ল’ৰাবোৰে কামৰ সন্ধানত কৃষ্ণা নদীৰ দাঁতিৰ বালিৰ কুৱেৰীত দিনহাজিৰা কৰিছে, ইফালে মহিলাই ঘৰতে বহিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।