চৌব্বিচ-ঘণ্টা-গেবাৰি-খাটিলেও-খাবলৈ-নোজোৰে

New Delhi, Delhi

Apr 06, 2022

‘চৌব্বিচ ঘণ্টা গেবাৰি খাটিলেও খাবলৈ নোজোৰে’

পশ্চিমবংগৰ গাঁৱে গাঁৱে চৰকাৰী বিদ্যালয়বোৰত অস্থায়ীভাৱে নিযুক্ত চাফাইকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ দৰমহা তেনেই সামান্য আৰু সা-সুবিধা বুলিবলৈ একো নাইকিয়া এনে অৱস্থাত পৰা এইসকল মহিলাই সেয়ে স্বাভাৱিকতেই একাধিক কাম কৰিবলৈ বাধ্য হয়

Translator

Lonli Gogoi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ [email protected]