এজন-দলিত-যেতিয়া-আদালতলৈ-যায়---2

Dholpur, Rajasthan

Jun 01, 2018

এজন দলিত যেতিয়া আদালতলৈ যায় - 2

আপুনি যদি দলিত সম্প্ৰদায়ৰ লোক, তেন্তে ৰাজস্থান আপোনাৰ বাবে থাকিবলৈ খুব এটা ভাল ঠাই নহয়, ডেটা চালেই এই কথা বুজিব পাৰি। তাতে আকৌ দলিতে ন্যায় বিচাৰিলে কি ঘটে? সংশয় ভাৱ আৰু ফান্দকে ধৰি দীঘলীয়া আৰু সততে সাৰশুন্য হৈ পৰা ন্যায় প্ৰক্ৰিয়া, কি কি যে তেঁওলোকে সমুখীন হ'বলগীয়া নহয়

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।