wayanad-s-keeper-of-rice-seeds-as

Wayanad, Kerala

Dec 16, 2025

মাটি-মানুহৰ কাহিনী কোৱা বীজ আৰু ৱায়ানাডৰ ৰমন

কুৰ্চিয়া জনজাতীয় লোক চেৰুবইয়ল ৰমনে জিলাখনৰ চেন্নেলু, থোণ্ডি, চেম্বাকম, ভেলিয়ান, গান্ধাকচলা, কায়ামাকে ধৰি আন বহু ধানৰ প্ৰজাতি সংৰক্ষণ কৰি আহিছে। অঞ্চলটোৰ কৃষি-ঐতিহ্য দ্ৰুতগতিত সলনি হৈ আহিব ধৰা এক পৰিস্থিতিত তেওঁ এই কাম কৰি আনন্দ লভিছে

Photographs

Sibi Pulpally

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

K.A. Shaji

কে.এ. শ্বাজি কেৰালাৰ এগৰাকী সাংবাদিক। তেওঁ মানৱ অধিকাৰ, পৰিৱেশ, জাতি-ভেদ, উপান্ত শ্ৰেণী আৰু জীৱিকাৰ ওপৰত লিখে।

Photographs

Sibi Pulpally

চিবি পুলপাল্লি কেৰালাৰ ৱায়ানাডৰ এগৰাকী পুৰস্কাৰপ্ৰাপ্ত আলোকচিত্ৰ শিল্পী আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ জনজাতীয় জীৱন, পৰিস্থিতিতন্ত্ৰ আৰু গ্ৰামীণ জনজীৱনৰ বাস্তৱ পৰিস্থিতিৰ প্ৰতি আগ্ৰহী। হেভ য়ু চীন আৰানা?, কাট্টুনাইক্কৰ ভাষাৰ ছবি গুডা আৰু স্থিৰি জীৱিতম আদিত কাম কৰিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।