the-carnival-of-democracy-as

Jalandhar, Punjab

Aug 24, 2024

গণতন্ত্ৰৰ আনন্দোৎসৱ

নতুন দিল্লীত ২০২০-২১ত কৃষকসকলৰ প্ৰতিবাদৰ সময়ছোৱাত ৰচনা কৰা এটা কবিতাই গণতন্ত্ৰত প্ৰতিৰোধৰ চেতনাৰ জয়গান গাইছে। ২০২৪ চনৰ ১১ মে’ত মৃত্যু হোৱা এই কবিতাটোৰ ৰচয়িতা জনগণৰ কবি পাঞ্জাৱৰ সুৰজিত পাতৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই আমি এই কবিতাটো আগবঢ়াইছোঁ

Illustration

Labani Jangi

Translator

Bonya Baruah

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Editor

PARIBhasha Team

পাৰিভাষা আমাৰ অনন্য এক ভাষিক কাৰ্য্যসূচী যিয়ে পাৰিৰ ষ্ট’ৰি ৰিপ’ৰ্টিং আৰু ষ্ট’ৰিবোৰ বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদত সহায় কৰে। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰা আৰু পাঠকৰ ওচৰলৈ লৈ যোৱাত অনুবাদকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমাৰ সম্পাদকীয় বৰ্গ, অনুবাদক আৰু স্বেচ্ছাসেৱকে দেশখনৰ বৈচিত্ৰময় ভাষিক আৰু সাংস্কৃতিক জগতখনক প্ৰতিনিধিত্ব কৰে আৰু যি ঠাইৰ পৰা ষ্ট’ৰি এটা যুগুতোৱা হয়, সেই ঠাইৰ মানুহে ষ্ট’ৰিটো আঁকোৱালি ল’ব পৰাকৈ প্ৰস্তুত কৰি তোলাটো নিশ্চিত কৰে।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।