bodo-dancers-and-musicians-take-the-stage-as

Baksa, Assam

Sep 12, 2024

বড়োসকলৰ নৃত্য-গীত, চিফুঙৰ সুৰ আৰু খামৰ ছেও

অসমৰ বড়ো সম্প্ৰদায়ৰ সুবনশ্ৰী আৰু বাগুৰুম্বা নৃত্যৰ লগতে চিফুং, চেৰজাৰ সুৰ আৰু খামৰ ছেও উপভোগ কৰোঁ আহক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Himanshu Chutia Saikia

হিমাংশু চুতীয়া শইকীয়া এগৰাকী স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাতা, সংগীত প্ৰযোজক, আলোকচিত্ৰ শিল্পী আৰু অসমৰ যোৰহাটৰ এগৰাকী সক্ৰিয় ছাত্ৰ কৰ্মী। তেওঁ ২০২১ৰ পাৰি ফেল’৷

Text Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।