লাটুৰত-কণ-কণ-শিশুৰ-কান্ধত-তলাবন্ধৰ-বোজা

Latur, Maharashtra

Jun 03, 2020

লাটুৰত কণ কণ শিশুৰ কান্ধত তলাবন্ধৰ বোজা

শংকাজনক ক’ভিড-১৯ তলাবন্ধ চলি থকাৰ সময়তে মাৰাঠাৱাড়াৰ লাটুৰৰ অভাৱগ্ৰস্ত পৰিয়ালৰ কণ কণ স্কুলীয়া শিশুই পথৰ কাষত শাক-পাচলি বিক্ৰী কৰিবলগা হৈছে, তেওঁলোকৰ পিতৃ-মাতৃয়ে কাম কৰিব পৰা নাই, পাৰিলেও মজুৰী কমকৈ পাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ira Deulgaonkar

ইৰা দেউলাগাওঁকাৰ ২০২০ৰ পাৰি ইনটাৰ্ণ। তেওঁ পুণেৰ চিমবায়’চিচ স্কুল অৱ ইকনমিকচৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।