বীজ-এটাৰ-পৰা-এখন-হাবি-গজেঃ-এটা-কবিতাও-জন্মে

Narmada, Gujarat

Apr 30, 2022

বীজ এটাৰ পৰা এখন হাবি গজেঃ এটা কবিতাও জন্মে

সাহিত্য, জ্ঞান, জগতলৈ চোৱাৰ দৃষ্টিভংগী আৰু কি কি যে বুকুত কঢ়িয়াই লৈ নুফুৰে এই ভাষাবোৰে। দেহৱালি ভিলি ভাষাত কবিতা লিখা গুজৰাটৰ আদিবাসী কবিগৰাকীয়ে এই ভাষা-সম্পদ উদযাপন কৰিছে, সেই কবিতালানিৰে এয়া প্ৰথমটো কবিতা

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jitendra Vasava

জীতেন্দ্ৰ বাচাৱা গুজৰাটৰ নৰ্মদা জিলাৰ মহুপাৰা গাঁৱৰ এগৰাকী কবি, তেওঁ দেহৱালি ভিল ভাষাত লিখে। তেওঁ আদিবাসী সাহিত্য একাডেমি (২০১৪)ৰ প্ৰতিস্থাপন সম্পাদক আৰু জনজাতীয় কণ্ঠৰ নামত উৎসৰ্গিত লখাৰা নামে কবিতাৰ আলোচনীখনৰ সম্পাদক। তেওঁ আদিবাসী মৌখিক সাহিত্যৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। নৰ্মদা জিলাৰ ভিল সম্প্ৰদায়ৰ মৌখিক লোককথাৰ সাংস্কৃতিক আৰু ৰপকথাগত দিশৰ ওপৰত গৱেষণা কৰি আছে। পাৰিত প্ৰকাশিত তেওঁৰ কবিতাকেইটা তেওঁৰ আহিব ধৰা প্ৰথমখন কবিতাৰ সংকলনৰ পৰা তুলি অনা হৈছে।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।