আম্বেদকাৰৰ-দ্বাৰা-অনুপ্ৰাণিতঃ-ছালভেৰ-মুক্তিৰ-গীত

Beed, Maharashtra

Apr 15, 2022

আম্বেদকাৰৰ দ্বাৰা অনুপ্ৰাণিতঃ ছালভেৰ মুক্তিৰ গীত

আম্বেদকাৰ জয়ন্তীত শ্বাহিৰ আত্মাৰাম ছালভেৰ কবিতাৰে শ্ৰোতাক পুৰণি পথ ত্যাগ কৰি বাবাচাহেবে দেখুওৱা পথ অনুসৰণ কৰিবলৈ আহ্বান

Illustration

Labani Jangi

Translator

Quiline Kakoty

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keshav Waghmare

কেশৱ ৱাঘমাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লেখক আৰু গৱেষক। তেওঁ দলিত আদিবাসী অধিকাৰ আন্দোলন (ডিএএএ) ৰ প্ৰতিষ্ঠাপক। এই সংগঠন ২০১২ চনত প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোকে মাৰাঠৱাড়াৰ জনসাধাৰণক বহু বছৰ ধৰি নথিভূক্ত কৰি আহিছে।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।