yakshagana-s-women-performers-take-the-stage-as

Dakshina Kannada, Karnataka

Nov 04, 2025

যক্ষগণত মহিলাৰ বাবে ঠাই উলিওৱা আগৰণুৱা মুকাম্বিকা

কৰ্ণাটকৰ তুলু নাডুত সংগীত, নৃত্য-নাটৰ সমাহাৰৰে যক্ষগণ শিল্পত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰথম যিকেইটা নাম আহে, তাত মুকাম্বিকা ৱাৰমবল্লিও আছে, তেঁৱেই বহু কষ্ট স্বীকাৰ কৰি কেৱল মহিলাৰে গঠিত যক্ষগণ ৰংগদল খুলিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Faisal Ahmed

ফেইজন আহমেদ কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ মালপেৰ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ ইয়াৰ পূৰ্বে তুলুনাৰুৰ সাংস্কৃতিক ঐতিহ্য লিপিবদ্ধকৰণৰ তথ্যচিত্ৰত পৰিচালক হিচাপে মণিপাল একাডেমি অৱ হায়াৰ এডুকেছনৰ সৈতে কাম কৰিছে।

Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।