we-didnt-bleed-him-enough-as

Mumbai, Maharashtra

Apr 21, 2025

আৰু অলপ তেজ শুহিব দিব লাগিছিল

ক’ভিডৰ এই সংকটৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো এয়া নহয় যে আমি কেনেকৈ স্বাভাৱিক অৱস্থালৈ ঘুৰি যাব পাৰো। লাখ লাখ দৰিদ্ৰ ভাৰতীয়ৰ বাবে এই যে আগৰ ‘স্বাভাৱিক’ অৱস্থা, সেয়াই আছিল সমস্যা। নতুন স্বাভাৱিক যি, সেয়া আচলতে ষ্টেৰ’ইডত বাচি থকা পুৰণি স্বাভাৱিক দিনেই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।