water-simply-a-matter-of-caste-as

Palamu, Jharkhand

Apr 05, 2025

বৈষম্যৰ বিষমতাত পানী

ঝাৰখণ্ডৰ পালামু গাঁৱৰ দমকলৰ পানী সকলোৰে বাবে সহজলভ্য নহয়, তাতে যদি আপুনি মুছাহাৰ দলিত সম্প্ৰদায়ৰ লোক, তেনেহ’লে পানী আপোনাৰ বাবে এখন নৈমিত্তিক যুঁজ। কেৱল পানীয়েই নহয়, ৰাজ্যৰ ৰেচন আৰু চাকৰি এটা পোৱাটোও তেনে সম্প্ৰদায়ৰ লোকৰ বাবে প্ৰত্যাহ্বানজনক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী ফ্ৰীলাঞ্চ সাংবাদিক আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (২০১৮-২০১৯), নতুন দিল্লীৰ স্নাতক৷ তেওঁ ২০২৩ বৰ্ষৰ পাৰি-এমএমএফ ফেলো৷

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷