the-women-potters-of-changki-as

Mokokchung, Nagaland

Jul 08, 2025

চাংকিৰ মহিলা কুমাৰসকল

নাগালেণ্ডৰ চাংকি গাঁৱত আও সম্প্ৰদায়ৰ মহিলাসকলে বহুশতিকাজুৰি নিজহাতে মৃণ্ময় পাত্ৰ গঢ়ি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Author

Keduokhrieto Sachü

কেজ’খ্ৰাইজ’ চেচু নাগালেণ্ডৰ কহিমাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু শব্দগ্ৰহণ শিল্পী। আংগামি জনজাতিৰ কেজ’খ্ৰাইজ’ ৰাজ্যখনৰ লোককলা, লোককাহিনী, কিংবদন্তি, সাংস্কৃতিক অধ্যয়ন আৰু কাহিনী তথা পৰম্পৰাগত ৰীতি-নীতিৰ প্ৰতি আগ্ৰহী।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।