the-weight-she-carries-in-her-heart-as

Hapur, Uttar Pradesh

Sep 02, 2025

বুকুত তাই কঢ়িয়াই লৈ ফুৰা হা-হতাশাৰ গধুৰ বোজা

উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ হাপুড়ৰ আশে-পাশে থকা গাওঁবোৰৰ দলিত মহিলাই প্ৰায়ে নিজৰ দুখৰ কাহিনী লগৰীয়াক কয়, যাতে মনত অলপ সাহস আৰু সান্তনা পায়, কিন্তু সমাজে মানসিক স্বাস্থ্যৰ সৈতে জৰিত সমস্যাবোৰ বুজি নাপায়, ভাগ্য বুলি ভাবিয়ে উপেক্ষা কি চলে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Varsha Prakash

বৰ্ষা প্ৰকাশ এগৰাকী স্বতন্ত্ৰ লিখক, অনুবাদক, গৱেষক আৰু এডুকেটৰ। তেওঁৰ কামবোৰ ঘাইকৈ দলিত-আদিবাসীৰ সংগ্ৰাম, লিংগীয় আৰু শৈক্ষিক সমস্যাৰ ওপৰত কেন্দ্ৰীত। বৰ্ষা প্ৰকাশ ২০২৫ৰ লাডলি মিডিয়া ফেল'।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।