the-tiger-chasing-superman-of-the-sundarbans-as

South 24 Parganas, West Bengal

Aug 27, 2025

সুন্দৰবনত বাঘ খেদা অতিমানৱ

বাঘে মানুহৰ ওপৰত কৰা আক্ৰমণৰ খবৰ সুন্দৰবনৰ পৰা ওলাই গৈ চহৰ ঢুকি পায়, কিন্তু যিসকলে এই চাৰিঠেঙীযা আৰু দুঠেঙীয়া জীৱৰ ইটোক আনটোৰ পৰা বচাই ৰাখে, তেনে লোকচক্ষুত নপৰা সুন্দৰবনৰ এজন ব্যক্তিক লৈ এই প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arnab Dutta

অৰ্ণৱ দত্ত বিভিন্ন ডিজিটেল মিডিয়া মঞ্চ, বাংলা বাতৰি কাকত আৰু টিভি চেনেলত কাম কৰা কলকাতাৰ এগৰাকী সাংবাদিক। এগৰাকী পেছাদাৰী অনুবাদক অৰ্ণৱে বাংলা ভাষাত ছুটিগল্পও লিখে।

Lead Illustration

Aunshuparna Mustafi

অংশুপৰ্ণা মুস্তাফিয়ে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য বিষয়ত অধ্যয়ন কৰিছে। তেওঁ কাহিনীৰ কথনশৈলী, ভ্ৰমণ কাহিনী, দেশ বিভাজনৰ নেৰেটিভ আৰু নাৰী অধ্যয়নত আগ্ৰহী।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Editor

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।