the-river-warns-us-the-government-ignores-us-as

Sitamarhi, Bihar

Jul 29, 2025

‘নৈয়ে কৰে জুৰুলা, চৰকাৰে অৱহেলা’

প্ৰতিবছৰে বিহাৰৰ প্লাৱনভূমিত বসবাস কৰা গাওঁবোৰ বানত জুৰুলা হয়, তেওঁলোকক সঠিক সময়ত নিৰাপদ স্থানলৈ নিয়াৰ কোনো পৰিকল্পনা নাই, যথোচিত আশ্ৰয় শিবিৰ নাই, এনে সময়ত কেৱল বানৰ আগতীয়া সতৰ্কীকৰণৰ বাৰ্তাই সামান্য সকাহ দিয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।