the-life-and-labour-of-nepali-sabar-as

Purulia, West Bengal

Oct 04, 2024

নেপালি সবৰসকলৰ জীৱন আৰু সংগ্ৰাম

পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ সৱৰ সম্প্ৰদায়ৰ লোকসকলে জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদ নিবাসী এগৰাকী আলোকচিত্ৰ শিল্পী, প্ৰতিবেদক, তথ্যচিত্ৰ শিল্পী, ঔপন্যাসিক আৰু কবি। তেওঁৰ তিনিখনকৈ কবিতা সংকল প্ৰকাশ পাইছে। তেওঁৰ এখন উপন্যাসিকা, এখন উপন্যাস আৰু এখন প্ৰবন্ধ সংকলনো প্ৰকাশ পাইছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।