Gopalganj, Bihar •
May 04, 2025
Author
Siddhi Kalbhor
সিদ্ধি কালভৰে পুনে বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইণ্ডিয়া ফেলোৰ সৈতে ফেল’শ্বিপৰ সময়ছোৱাত তেওঁ প্ৰয়োগৰ সৈতে লাইব্ৰেৰী এডুকেটৰ হিচাপে কাম কৰিছিল যিয়ে বিহাৰৰ গোপালগঞ্জ জিলাৰ এটা শিশু পুথিভঁৰালত সেৱা প্ৰদান কৰিছিল।
Editor
Dipanjali Singh
দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবেও গৱেষণা তত্বাৱধানৰ কাম কৰে।
Translator
Manoranjan Majumder
মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷