the-borderlines-of-hatred-as

Murshidabad, West Bengal

Aug 08, 2025

ঘৃণাৰ সীমা অতিক্ৰমী

সংখ্যালঘূ সম্প্ৰদায়ৰ বঙালী প্ৰব্ৰজনকাৰী শ্ৰমিক, বিশেষকৈ পশ্চিমবংগৰ মুৰ্শ্চিদাবাদ জিলাৰ শ্ৰমিকৰ ওপৰত বাঢ়ি অহা অত্যাচাৰৰ ঘটনাই যোৱা কেইমাহমানত তেওঁলোকৰ মনত জীৱনৰ শংকা আৰু সন্ত্ৰাসৰ সৃষ্টি কৰিছে

Photo Editor

Sinchita Parbat

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anirban Dey

অনিৰ্বাণ দে বহৰমপুৰ, মুৰ্শ্চিদাবাদৰ এগৰাকী সাংবাদিক। তেওঁ শ্ৰমিক আৰু প্ৰব্ৰজনৰ ওপৰত লিখে।

Editor

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Photo Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।