switching-guns-for-umbrellas-as

Kozhikode, Kerala

Oct 12, 2025

বন্দুকৰ পৰা ছাতিলৈ অব্যৰ্থ এক যাত্ৰা

এসময়ৰ দুধৰ্ষ নক্সালবাদী যিযে জীৱনৰ ভালেকেইটা বছৰ সশস্ত্ৰ সংগ্ৰাম কৰি কটাইছিল, তেওঁৰ বয়স এতিয়া নব্বৈ ঊৰ্ধ আয়িনুৰ (গ্ৰো) বসুৱে এতিয়া ছাতি বনাই বিক্ৰী কৰি মৰ্য্যাদাসম্পন্ন জীৱন এটা নিৰ্বাহ কৰে। ই কেৱল এক জীৱিকাই নহয়, তেওঁৰ বাবে এয়া মৰ্য্যাদা আৰু স্বতন্ত্ৰতাৰ কথা। বন্দুকৰ সলনি ছাতি, বিপ্লৱৰ সলনি প্ৰতিৰোধ গঢ়ি তোলা এইজন ব্যতিক্ৰমী ব্যক্তিক লৈ এক প্ৰতিবেদন

Photographer

Praveen K

Photo Editor

Binaifer Bharucha

Video Editor

Shreya Katyayini

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

K.A. Shaji

কে.এ. শ্বাজি কেৰালাৰ এগৰাকী সাংবাদিক। তেওঁ মানৱ অধিকাৰ, পৰিৱেশ, জাতি-ভেদ, উপান্ত শ্ৰেণী আৰু জীৱিকাৰ ওপৰত লিখে।

Photographer

Praveen K

প্ৰবীণ কে কেৰালাৰ কলিকটৰ এগৰাকী স্বতন্ত্ৰ ফটো-সাংবাদিক।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Video Editor

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।