sweating-to-make-the-sweet-flaky-soul-of-patna-as

Patna, Bihar

Nov 10, 2025

পাটনাৰ বাকাৰ-খানি আৰু ভাতীৰ জুইত জীৱন

বিহাৰৰ ৰাজধানী চহৰৰ প্ৰতিখন বাকাৰ-খানি পাওৰুটী, পাপ্পা বিস্কুট আৰু খাজা নামে মিঠাইবিধত লুকাই থাকে জীৱিকাৰ বাবে সংগ্ৰামৰত কাৰিকৰৰ হাতৰ পৰশ। এই কাৰিকৰসকলৰ যি কঠোৰ শ্ৰম আৰু দক্ষতা, সেয়া মানুহে পাহৰি যাব পাৰে, কিন্তু কাৰিকৰৰ শিল্পবিধৰ লগতে সেই পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ যি উৎসৰ্গিত মনোভাৱ, সেয়া থাকি যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ali Fraz Rezvi

আলি ফ্ৰেজ ৰেজৱি এগৰাকী মুক্ত সাংবাদিক আৰু নাটশালাৰ শিল্পী। তেওঁ ২০২৩ৰ এগৰাকী পাৰি-এমএমএফ ফেল’।

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Video Editor

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।