sitarmakers-of-miraj-fading-notes-as

Sangli, Maharashtra

Feb 29, 2024

মিৰাজৰ চেতাৰ নিৰ্মাতাসকল

মহাৰাষ্ট্ৰৰ এখন বিশেষ চহৰ। দেশে-বিদেশে সুৰৰ ঝংকাৰ তুলিবলৈ এই চহৰতে চেতাৰ আৰু টানপুৰাই প্ৰাণ পাই উঠে। কিন্তু লাহে লাহে চহৰখনৰ নতুন প্ৰজন্মই বাদ্যযন্ত্ৰ তৈয়াৰৰ পৰিৱৰ্তে বাদ্যযন্ত্ৰ পৰিৱেশনৰ প্ৰতিহে অধিক আকৰ্ষিত হ’বলৈ লৈছে। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Swara Garge

স্বৰা গাৰ্গ ২০২৫ৰ পাৰি এমএমএফ ফেল’। গ্ৰামীণ সমস্যাৰাজী, সংস্কৃতি আৰু অৰ্থনীতিৰ ওপৰত আগ্ৰহী স্বৰা এগৰাকী ভিজুৱেল ষ্ট’ৰিটেলাৰ।

Student Reporter

Prakhar Dobhal

প্ৰখৰ ডোভাল ২০২৫ৰ এগৰাকী পাৰি-এমএমএফ ফেল’। গ্ৰাম্য সমস্যাৰাজী, ৰাজনীতি আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহী প্ৰখৰ এগৰাকী উৎসুক ফটোগ্ৰাফাৰ।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।