shepherds-in-palamu-battling-climate-change-as

Palamu, Jharkhand

Sep 18, 2025

জলবায়ু পৰিবৰ্তনৰ কবলত পালামুৰ ভেড়াৰখীয়া

বৰ্দ্ধিত উষ্ণতা আৰু ক্ৰমে সংকুচিত জলভাণ্ডাৰে দেশৰ জলবায়ুৰ দিশৰ পৰা অতিশয় স্পৰ্শকাতৰ ৰাজ্যসমূহৰ অন্তৰ্গত ঝাৰখণ্ডৰ পশুপালক শ্ৰেণীক সংকটত পেলাইছে। আগতে গাঁৱত তেওঁলোকৰ আগমনে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছিল, কিন্তু এতিয়া তেওঁলোকৰ উপস্থিতিক লৈ কাৰো ভ্ৰুক্ষেপকে নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী ফ্ৰীলাঞ্চ সাংবাদিক আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (২০১৮-২০১৯), নতুন দিল্লীৰ স্নাতক৷ তেওঁ ২০২৩ বৰ্ষৰ পাৰি-এমএমএফ ফেলো৷

Editor

Deeptesh Sen

দীপতেশ সেন যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতাৰ এগৰাকী পিএইছডি ছাত্ৰ। বিংশ শতিকাৰ সাহিত্য, মনঃসমীক্ষণ, সাংস্কৃতিক অধ্যয়ন আৰু খেলা-ধূলা তেওঁৰ আগ্ৰহৰ বিষয়বস্তু। কবি হিচাপে তেওঁৰ কবিতা প্ৰমুখ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে আৰু তেওঁৰ কবিতা সংকলন ‘হাউচ অৱ চং’ ২০১৭ত ৰাইটাৰ্চ ৱৰ্কশ্বপে প্ৰকাশ কৰিছে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।