seeng-ki-kangi-the-fine-tooth-legacy-of-sarai-tarin-as

Sambhal, Uttar Pradesh

Jul 22, 2025

ম’হৰ শিঙৰ ফণি চৰাই তৰিনৰ এক সুকীয়া পৰিচয়

উত্তৰ প্ৰদেশৰ চম্বল চহৰত মহম্মদ ইছলাম সেই অন্তিমকেইজন শিল্পীৰ মাজৰ এগৰাকী, যিয়ে এসময়ৰ পৰম্পৰাৰ অভিন্ন অংগ ম’হৰ শিঙৰ ফণিৰ শিল্পক জীয়াই ৰাখিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mohd Shehwaaz Khan

মহম্মদ শ্বেহৱাজ খান দিল্লীৰ এগৰাকী সাংবাদিক। তেওঁ ফিচাৰ লিখনীৰ বাবে ২০২৩ত লাডলি মিডিয়া বঁটা লাভ কৰিছিল। তেওঁ ২০২৩ৰ এগৰাকী পাৰি-এমএমএফ ফেল’।

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।