seeking-covid-care-in-kalyan-debt-unto-death-as

Thane, Maharashtra

Aug 29, 2025

কল্যাণত ক’ভিডত সৰ্বস্বান্ত পৰিয়াল আৰু সকৰুণ পৰিণতি

মুম্বাইৰ কল্যাণ অঞ্চলৰ এগৰাকী পাচলি বিক্ৰেতা গোপাল গুপ্তা যাৰ মাৰ্চত ক’ভিড পজিটিভ ধৰা পৰিছিল, প্ৰাইভেট হস্পিতালত চিকিৎসাৰ বাবদ তেওঁৰ পৰিয়ালটোৱে প্ৰায় ৫ লাখ টকা খৰচ কৰিও তৰ নাপালে, শেষত চহৰৰ চৰকাৰী হস্পিতাল এখনত তেওঁৰ মৃত্যু ঘটিল

Author

Aayna

Translation

Wahidur Rahman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translation

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।