scoliosis-is-bending-young-Indias-spine-as

Kolkata, West Bengal

Jul 04, 2025

স্কলিঅ’ছিচে কাঢ়ি নিছে বহু যুৱ ভবিষ্যত

লাখ লাখ ভাৰতীয় যুৱক-যুৱতীয়ে বক্ৰ আকৃতিৰ মেৰুদণ্ডৰ সৈতে জন্ম লাভ কৰে, ৰাজহাড়ডাল কোনো এটা দাঁতিৰ ফালে এনেকৈ বেঁকা হৈ পৰাত তেওঁলোকে চলাচল কৰিব নোৱাৰা হৈ পৰে, তাৰ লগে লগে আহে প্ৰচণ্ড বিষ – এনে বিসংগতি আৰম্ভণিৰ পৰ্য্যায়তে ধৰা পেলোৱা অতিশয় প্ৰয়োজনীয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।