portrait-of-an-artist-as-professor-as

Madurai, Tamil Nadu

Jul 26, 2025

প্ৰফেছৰৰ ৰূপত এজন শিল্পীৰ চিত্ৰায়ন

দলিত হিচাপে জন্ম লোৱাৰ পিছৰ যি সমাজ-নিৰ্মিত চক্ৰবেহুত সাধাৰণতে মানুহ সোমাই পৰে, য’ৰ পৰা উদ্ধাৰৰ বাট নাথাকে, তেনে এক বেহু ভাঙি ওলাই অহা এগৰাকী শিল্পীৰ কাহিনী, যিগৰাকী শিল্পীয়ে শিক্ষাৰ যোগেদি এটা পৰ্য্যায়লৈ উন্নীত হল যদিও পাকচক্ৰত পৰি তেওঁ পুনৰাই সেই বেহুত সোমাই পৰিল, এই তথ্যচিত্ৰখনত তেওঁৰ কাহিনী তুলি ধৰা হৈছে

Translator

Pankaj Das

Documentary

Aayna

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Documentary

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Video Editor

Himanshu Chutia Saikia

সম্প্ৰতি মুম্বাইত থকা হিমাংশু চুতীয়া শইকীয়া অসমৰ এগৰাকী স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সম্পাদক তথা সংগীতশিল্পী। তেওঁ ২০২১ৰ এগৰাকী পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।