playing-with-diversity-as

Chhotaudepur, Gujarat

Jul 20, 2025

বৈচিত্ৰৰ খেল

চোটাউদয়পুৰৰ আদিবাসী প্ৰাথমিক আবাসিক বিদ্যালয়ৰ আদিবাসী ছোৱালীববোৰে খেলিছে আৰু গুজৰাটীতে কথা পাতিছে, সেয়া তেওঁলোকৰ মাতৃভাষা নহয় যদিও সংযোগী ভাষা হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vanita Valvi

বণিতা বালৱি চোটাউদয়পুৰ জিলাৰ তেজগঢ় গাওঁস্থিত আদিবাসী একাডেমিৰ চৌহদত অৱস্থিত বসন্ত শালাৰ এগৰাকী শিক্ষক।

Video

Vikesh Rathawa

গুজৰাটৰ চোটাউদয়পুৰৰ ক’ৰাজ গাঁৱৰ বিকেশকুমাৰ ৰাথৱা তেজগঢ়ত আদিবাসী একাডেমিৰ সৈতে কাম কৰা এগৰাকী লিখক। তেওঁ দৃশ্য-শ্ৰাব্য, আলোকচিত্ৰ আৰু সাহিত্য সংগ্ৰহ কৰি তেজগঢ় স্পীচ্ছ মিউজিয়ামৰ যোগেদি আদিবাসীসকলৰ কণ্ঠক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যোৱাত সহায় কৰি আহিছে। জনজাতীয় সংস্কৃতি আৰু সংগ্ৰাহলয় অধ্যয়নত আগ্ৰহী বিকেশকুমাৰে পিপলচ্ লিংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়াতো অৰিহণা যোগাইছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।